Friday 12 April 2013

প্ৰিয় বিহুগীত

এই বিহুৰ বতৰত মোৰ দুটামান প্ৰিয় বিহুগীত ডাউনলোডৰ লিংকসহ তলত উল্লেখ কৰিছৌঁ৷

১)   "চকলা টেঙাটি অকলে নাখাবা.."
কন্ঠ- খগেন মহন্ত আৰু অৰ্চনা মহন্ত

২) ''এ গগণা ৰছী টনা আজি পিতাই মোৰ ডবল ঘটনা....'' 

কন্ঠ-অংগৰাগ মহন্ত আৰু খগেন মহন্ত

৩)  ''লাহে লাহে লাহে বান্ধৈ ঐ''- হুচঁৰি

৪)  ''ম'হৰ শিঙৰ পেঁপাত'' 

কন্ঠ- খগেন মহন্ত আৰু অৰ্চনা মহন্ত

৫) ''লুইতৰ বুকুতে বানপানী আহিলে''

৬) ''বিহুৱান বৈছিলো''

কন্ঠ- খগেন মহন্ত আৰু অৰ্চনা মহন্ত



৭) ''পাটকাই পাৰে হৈ.."- ক'ক ষ্টুডিঅ'ৰ বিহু
কন্ঠ- খগেন গগৈ

৮) ''ধনচেঙ ধনৰ মলা''

৯)  ''গৰু বিহুৰ গধূলি হুচঁৰি গায়''


১০)   ''জেং বিহু''

১১)   ''কেলৈ ফুলিলি ঐ নাজিতৰা''

১২)  বিহু হুঁচৰি


No comments:

Post a Comment