এজাক ৰ’দ
Short stories | Memoir | Poems | Travels | Nature | Wikimedia
কবিতা
বাটচ'ৰা/ Home
ইংৰাজী লেখা/English articles
প্ৰকাশিত লেখা/Published pieces
পঢ়ুৱৈৰ মন্তব্য/Comments
অনুবাদ/Translation Work
Friday, 27 July 2007
মাজৰাতিৰ নৈশব্দত
মাজৰাতিৰ নৈশব্দত
বিষাদৰ সুৰ এটা বাজে
সেই সুৰে গিলি থয় মোৰ
দিবাস্বপ্নৰ আকাশখন
বহুদিন নীৰৱ হৈ ৰোৱা
স্মৃতিবোৰ সাৰ পায় মাজৰাতি
ধুলি
-
মাকতি জোকাৰি
মনৰ চোতালত ওমলে
বিষাদৰ গীত জুৰি
ওৰে ৰাতি অনাদৰত পৰি ৰয় টোপনি।
ৰচনাকাল-২০০৭
Newer Posts
Older Posts
Home
Subscribe to:
Posts (Atom)