এজাক ৰ’দ
Short stories | Memoir | Poems | Travels | Nature | Wikimedia
কবিতা
বাটচ'ৰা/ Home
ইংৰাজী লেখা/English articles
প'ডকাষ্ট/Podcast
প্ৰকাশিত লেখা/Published pieces
অনুবাদ/Translation Work
পঢ়ুৱৈৰ মন্তব্য/Comments
Friday, 3 August 2007
এছ এম এছত বৰষুণ
তোমাৰ এছ এম এছৰ
বৰষুণৰ এটা টোপালেই মাতি আনিলে
এজাক ধাৰাসাৰ বৰষুণ
নোকোৱাকৈয়ে জানিলা তুমি
ঠিক তোমাৰ দৰেই
বৰষুণ যে খুবেই প্ৰিয় মোৰ
অথচ নুবুজিলা যে
একেখন আকাশৰে
একেখিনি ডাৱৰে নমোৱা
একেজাক বৰষুণতে তিতি বুৰি
জুৰুলি জুপুৰি হওঁ আমি
পৃথকে পৃথকে
ৰচনাকাল-আগষ্ট, ২০০৭
Newer Posts
Older Posts
Home
Subscribe to:
Posts (Atom)